-->
What is SEO Learn in Assamese | SEO কি আৰু কেনেকৈ কাম কৰে ?

What is SEO Learn in Assamese | SEO কি আৰু কেনেকৈ কাম কৰে ?

Hey Guys welcome to the 🔰🔰 ASSAMSUPPORT.COM in this article we going to discuss What is SEO | SEO কি ? 

ইন্টাৰনেটৰ জগতখন এই তিনিটা শব্দ SEO ৰ ওপৰত নিৰ্ভৰশীল | বহুত ডাঙৰ ডাঙৰ কোম্পানী যি অনলাইন কাম কৰে তেওঁলোকে লাখ লাখ টকা কেৱল SEO ৰ ওপৰত খৰচ কৰে | তেন্তে আহক চোন জানো SEO নো কি ?

What is SEO Assamese ? SEO কি ?

যদি আপুনিও এই SEO শব্দটো বাৰে বাৰে শুনি আছে বা কৰোবাত চাইছে বা আপুনি ইন্টাৰনেটৰ জগতখনত নতুন হয় বা নিজৰ ৱেবচাইট  চলাব আহিছে তেন্তে নিশ্চয় এই SEO শব্দ টো  বাৰে বাৰে শুনিবলৈ পাইছে | 

আজি মই আপোনালোকক একেবাৰে সহজ সৰল অসমীয়া ভাষাত এই SEO শব্দটোৰ  বিষয়ে  জনাবলৈ চেষ্টা কৰিম | যদি আপুনি এই পষ্ট টো সম্পূৰ্ণ কৈ ভালদৰে পঢ়ে তেন্তে এই SEO ৰ বিষয়ে সম্পূৰ্ণ জানিব পাৰিব |
what is SEO learn in Assamese, SEO কি | seo ki,


SEO ৰ সম্পূৰ্ণ নাম SEARCH ENGINE OPTIMIZATION | যাৰ সম্পূৰ্ণ সম্বন্ধ SEARCH ENGINE ৰ লগত আছে |  ইয়াৰ কাম একপ্ৰকাৰৰ search engine ত আমাৰ website ক ওপৰলৈ উঠাই নিয়াত কাম কৰে |  যাৰ সহায়ত আমাৰ website ত traffic আহে |

ৱেবচাইটক first page ত অনাটো দৰকাৰ কাৰণ অত্যাধিক লোকে প্ৰথম পেজত visit কৰাটোহে পচন্দ কৰে | আৰু ইয়াৰ কাৰণে আমি SEO কাৰাটো বাধ্যতামূলক |  

যিকোনো ব্যক্তিয়ে নিজৰ ৱেবচাইট এইকাৰণেই বনায় যাতে তেওঁ যিকোনো product বা service বিক্ৰী কৰিব পাৰে | কিন্তু যদি আপোনাৰ ৱেবচাইটত Traffic মানে যদি কোনো visit য়েই নকৰে তেন্তে আপোনাৰ products .বা service কোনে গ্ৰহণ কৰিব | 

এইকাৰনেই আমি আমাৰ ৱেবচাইট টো প্ৰথম পেজত উপলব্ধ কৰিব কাৰনে SEO search engine optimization কৰিব লাগিব | যাৰ সহায়ত আমাৰ ৱেবচাইটত Traffic বাঢ়ে | 

ৱেবচাইটত traffic বাঢ়িলে আমাৰ earning উপাৰ্জন বৃদ্ধি পায় লগতে আমাৰ ৱেবচাইটৰ value search engine ত বাঢ়ে |

Search Engine Optimization Traffic Rules ৰ দৰে হয় | যেনেকৈ Traffic ক ভলদৰে চলাবলৈ Roadmap ৰ প্ৰয়োজন | যাতে traffic য়ে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ নিজৰ গন্তব্যস্থান পাব পাৰে | 

ঠিক সেইদৰে SEO এক search engine traffic Rules হয় | যেতিয়া কোনোৱে কিবা চাৰ্চ কৰে তেওঁক অনতিপলমে সঠিক সমাধান বিচাৰি দেখুৱাই দিয়ে | সেয়েহে চাৰ্চ ইঞ্জিনৰ roadmap হয় যাক SEO search engine optimization বুলি কোৱা হয় | 

SCO আৰু Traffic Rules দুয়োটাই আমাৰ কাৰণে কাম কৰে | যাতে আমাৰ Journey ভাল হয় | যেনে আপুনি যদি what is seo in Assamese চাৰ্চ কৰে কিন্তু result বেলেগ ধৰণৰ হয় তেতিয়া আপোনাৰ journey আৰু user experience ভাল নহব |

সেইকাৰণেই google search engine নিজৰ user experience বঢ়াবলৈ SEO FACTOR ৰ ব্যৱহাৰ কৰে যাতে user ক কম সময়ৰ ভিতৰত সঠিক সমাধান দিব পাৰে 

যিকোনো search engine ৰ নিজৰ নিজৰ sco factor থাকে | আজিৰ সময়ত Google সকলোতকৈ ডাঙৰ search engine হয় | ইয়াক গোটেই বিশ্বত সকলোতকৈ বেছি ব্যৱহাৰ কৰা হয় | Google য়ে প্ৰায় 200 টা seo factor ত কাম কৰে | 

যদি আপুনি seo ক এটা লাইনত বুজিব বিচাৰে তেন্তে মাত্ৰ এইটো জানি লওক যে user য়ে পচন্দ কৰা content Google য়ে পচন্দ কৰে আৰু Automatically সেইটো প্ৰথম পেজত show কৰে |  আৰু যদি user য়ে পচন্দ নকৰে তেন্তে সেইটো Automatically নামি পাছ পৰি যায় | এইটোয়েই Google SEO ৰ সকলোতকৈ প্ৰয়োজনীয় factor হয় | 

Search engine কি ?

আপুনি জনা টো দৰকাৰ যে search engine কি ? search engine এটা এনেকুৱা Algorithm হয় যিটোৱে আমাক internet ত চাৰ্চ কৰা সঠিক সমাধান দিবলৈ কাম কৰে | ইয়াৰ কাৰণে search engine য়ে ইয়াৰ database ত থকা তথ্যসমূহ অনতিপলমে crawl, index, আৰু Rank দিয়ে যাক SREP ( search engine result page ) বুলি কোৱা হয় |  GOOGLE, YAHOO, BING এই কেইটা Search Engine হয় | 

SREP Search Engine Result Page কি ?

যেতিয়া আমি যিকোনো search engine ত কোনো এটা বিষয়ে চাৰ্চ কৰো তাৰ পাছত দেখুওৱা Result য়েই হয় SREP. 

আজিৰ সময়ত Google Search Engine Popular Search engine হয় | যদি আমাৰ প্ৰয়োজন হয় আমি Google Search Engine ত য়েই চাৰ্চ কৰো | বিশ্বত 70% লোকে Google Search Engine য়েই ব্যৱহাৰ কৰে|

Google. ত search কৰা সময়ত Google য়ে best reasult দেখুওৱাবৰ বাবে 200 টা Factor ৰ ব্যৱহাৰ কৰে যি Articles য়ে এই 200 টা  factor পাৰ হৈ যাব পাৰে সেইটোহে প্ৰথম পেজত Show কৰে | 

Search Engine য়ে কেনেকৈ কাম কৰে ?

আমি যদি search কৰো 'What is SEO in Assamese' search engine য়ে আগৰপৰাই crawl আৰু index কৰি বনাই থোৱা Ranking list টো আমাৰ ওচৰত দেখুওৱাই দিয়ে যিটো search engine ৰ bots আৰু spider য়ে 24 ঘন্টা crawl আৰু index কৰি  Ranking list বনাই লয় | আৰু যেতিয়াই আমি search কৰো আমাৰ ওচৰত সেই. লিষ্ট টো Search engine Reasult page (SREP)  ত দেখুৱাই দিয়ে |   

সকলো search engine ৰ কাম কৰা technic বেলেগ বেলেগ ধৰণৰ কিন্তু সকলো search engine য়ে এই তিনিটা প্ৰধান ভাগত কাম কৰে  |
  • crawling - যেতিয়া search engine ৰ boots আৰু spider য়ে যিকোনো ৱেবচাইটৰ পেজক বিচাৰি স্কেন কৰে তাক crawling বুলি কোৱা হয় |
  • indexing  - quality আৰু content check কৰি index কৰে |
  • ranking .-যিকোনো পষ্টৰ quality ৰ আধাৰত Search Reasult ৰ position ক Ranking বুলি কোৱা হয় |
এতিয়া আপুনি বুজি পালে যে search engine কি আৰু কেনেকৈ কাাম কৰে | 

ইয়াৰ পাছৰ টো Article ত আমি জানিম যে এটা website ত SEO কেনেকৈ কৰা হয় | যদি আপুনি এতিয়া লৈকে আমাৰ ৱেবচাইটৰ Nothification Allow কৰা নাই কৰি লওঁক যাতে আহিবলগীয়া পষ্টৰ Nothification পাই যাব আৰু অতি সহজ সৰল অসমীয়া ভাষাত পঢ়িব পাৰিব |
Also read this:-

conclusion:- 

এই পষ্টটোত মই আপোনালোকক SEO ৰ সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিলো | যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে কমেন্টত সুধিব পাৰে | আৰু যদি কিবা ভুল হৈছে বুলি ভাবে তেন্তে কমেন্টত জনাই দিব | লগতে Social Mediaa ত Share কৰিবলৈ নাপাহৰিব ধন্যবাদ | 

1 Response to "What is SEO Learn in Assamese | SEO কি আৰু কেনেকৈ কাম কৰে ?"

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads