
How to connect a custom domain name in Blogger in Assamese
Sunday, January 27, 2019
4 Comments
Hey Guys welcome to ASSAMSUPPORT.COM in this article we going to know How to connect a custom domain name in Blogger " ব্লগাৰত নিজৰ পচন্দৰ ড'মিন কেনেকৈ লগাব পৰা যায় "
নিজৰ এটা ব্লগ বা ৱেবচাইট বনাওতে এটা নিৰ্দিষ্ট Domain ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয় | সেই ব্লগ বা ৱেবচাইট টো. Blogger তেই হওক নতুবা word press তেই হওঁক|
সেয়েহে আজি আমি Godaddy.com ৰ পৰা ক্ৰয় কৰা Domain Name Blogger ব্লগ বা ৱেবচাইটত কেনেকৈ connect কৰা হয় |
ইয়াৰ আগৰ পষ্ট টোত আমি শিকিলো যে domain কি আৰু কেনেকৈ এটা ভাল domain ক্ৰয় কৰিব পৰা যায় | যদি আপুনি এতিয়া লৈকে এই পষ্ট টো পঢ়া নাই Read ইয়াত ক্লিক কৰি পঢ়ি লওঁক |আৰু যদি আপুনি আমাৰ ৱেবচাইটত নতুন হয় আৰু এটা নিজৰ ৱেবচাইট বনাব বিচাৰে তেন্তে আমাৰ ASSAMSUPPORT.COM ৰ Blogging Assamese serious টো Follow কৰি একেবাৰে সহজতে এটা ৱেবচাইট বনাব পাৰে |
নিজৰ এটা ব্লগ বা ৱেবচাইট বনাওতে এটা নিৰ্দিষ্ট Domain ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয় | সেই ব্লগ বা ৱেবচাইট টো. Blogger তেই হওক নতুবা word press তেই হওঁক|
সেয়েহে আজি আমি Godaddy.com ৰ পৰা ক্ৰয় কৰা Domain Name Blogger ব্লগ বা ৱেবচাইটত কেনেকৈ connect কৰা হয় |
ইয়াৰ আগৰ পষ্ট টোত আমি শিকিলো যে domain কি আৰু কেনেকৈ এটা ভাল domain ক্ৰয় কৰিব পৰা যায় | যদি আপুনি এতিয়া লৈকে এই পষ্ট টো পঢ়া নাই Read ইয়াত ক্লিক কৰি পঢ়ি লওঁক |আৰু যদি আপুনি আমাৰ ৱেবচাইটত নতুন হয় আৰু এটা নিজৰ ৱেবচাইট বনাব বিচাৰে তেন্তে আমাৰ ASSAMSUPPORT.COM ৰ Blogging Assamese serious টো Follow কৰি একেবাৰে সহজতে এটা ৱেবচাইট বনাব পাৰে |
How to connect a custom domain name in Blogger Blog " ব্লগাৰ ব্লগ বা ৱেবচাইটত নিজৰ পচন্দৰ ড'মিন কেনেকৈ লগোৱা হয় "
#1. প্ৰথমতে আমি আমাৰ ব্লগটোৰ ডেসবৰ্ড মানে blogger.com ৰ dashboard open কৰি লব লাগিব | তাৰ পাছত আমি setting optionত যাব লাগিব আৰু basic option ত যাব লাগিব |
এতিয়া আমি আমি আমাৰ blogspot.com ৰ domin name টো চাবলৈ পাম আৰু তাৰ তলত +set up a thirt-party URL for your blog option ত ক্লিক কৰিম আৰু আমি ক্ৰয় কৰা domain name টো ইয়াত দি দিব লাগিব |মনত থব যে www. দিবলৈ নাপাহৰিব | যেনে www.assamsupport.com দি লোবা পাছত আমি save option ত ক্লিক কৰিব লাগিব |আমাৰ ওচৰত এনেকুৱা এটা পেজ অপেন হব |
#2. এতিয়া আমি বেলেগ এটা Tab. বা বেলেগ এটা Browser ত in.Godaddy.com বা যিকোনো ৱেবচাইট যৰ পৰা আপুনি আপোনাৰ domain name টো ক্ৰয়. কৰিছিলে open কৰি log in কৰি লব লাগিব |আৰু Domain Name ৰ ওপৰত ক্লিক কৰিব লাগিব |
তাৰ পাছত আমি Manage DNS option টোত ক্লিক কৰিব লাগিব |
এতিয়া আমাৰ ওচৰত এনেকুৱা এটা পেজ অপেন হব |
এতিয়া আমি Record Option টোত click কৰিব লাগিব|
এতিয়া আমাৰ ওচৰত এটা এনেকুৱা পেজ অপেন হব | ইয়াত যদি বেলেগ কিবা কিবি আহে তেন্তে পেন্সিল icon টোত ক্লিক কৰি delete কৰি লব | আৰু ওপৰত দেখুওৱা এই চাৰিটা দিব লাগিব যদিহে আপোনাৰ ব্লগ টো blogger.com ত আছে |- 👉216.239.32.21
- 👉 216.239.34.21
- 👉216.239.36.21
- 👉216.239.38.21
এতিয়া আমি ওপৰত দেখিবলৈ পোৱা দৰে ADD option টোত ক্লিক কৰিম আৰু SELLECT option টোত ক্লিক কৰিম তাৰ পাছত আমি A ৰ কাষত থকা circle টোত ক্লিক কৰিম |
এতিয়া আমাৰ ওচৰত এনেকুৱা এটা পেজ অপেন হব | ইয়াত আমি ওপৰৰ Type box টোত A তাৰ পাছৰ Host box টোত @ আৰু points to box টোত ওপৰত দি থোৱা চাৰিটা সংখ্যাৰ ভিতৰত এটা দি দিম আৰু save কৰি দিম |
তাৰ পাছত আকৌ ADD option .টোত ক্লিক কৰিম আৰু আগৰ দৰেই গোটেই খিনি দি লম মাত্ৰ points to box টোৰ সংখ্যাটোৰ ঠাইত দ্বতীয় সংখ্যা টো দিম আৰু save কৰি দিম |
থিক সেইদৰে তৃতীয় আৰু চতুৰ্থ সংখ্যা টো দি save কৰি দিব লাগিব | অকমানো ভূল নকৰিব ডট এটাও নিদিয়া কে নাথাকিব |
#3. এতিয়া আমি Blogger য়ে দুটা ক'ড save কৰিব লাাগিব |
আমি Add option টোত ক্লিক কৰিম আৰু এইবাৰ A ৰ ঠাইত cname select কৰিম |
তাৰ পাছত আমি ব্লগাৰ dashboard খুলি থোৱা tab টো বা browser টো open কৰিম আৰু
ওপৰত দেখিবলৈ পোৱা box ৰ ভিতৰৰ www টো Host ৰ তলৰ box টোত দি দিব লাগিব আৰু দ্বিতীয় ফটোটোত দেখিবলৈ পোৱা ghs.google.com Pointsto box টোত দিব লাগিব | আৰু save কৰি দিব লাগিব |
ঠিক সেইদৰে আকৌ এবাৰ ADD option টোত ক্লিক কৰিম আৰু CNAME option টো বাছি লম আৰু -
ওপৰত দেখিবলৈ পোৱা boxৰ আখৰ টো Host ৰ বাকচ টোত দিব লাগিব আৰু
আৰু ওপৰত দেখুওৱা ধৰণে ৰঙা box টেৰ আখৰ বোৰ point to ৰ box টোত দিব লাগিব আৰু save কৰি দিব লাগিব |
ওপৰৰ পাচটা সকলো ব্লগৰ বাবে একে কিন্তু শেষৰ এটা সকলোৰে বাবে বেলেগ বেলেগ হয় | এতিয়া আমি মুঠতে ছ টা তথ্য ADD কৰিলো |
এতিয়া আমি save কৰিব লাগিব | লগে লগে save নহবও পাৰে | কিছু সময় পিছত save কৰি চাব www.yourdomain.com মানে আপোনাৰ domain name টো দি | maximum 1-10 ঘন্টা | যদি কিবা ভূল আছে তেতিয়াহে save নহব |
Conclusion :- আজি মই blogger blog ত custom domain কেনেকৈ সংযোগ কৰিব পাৰি তাৰ বিষয়ে কিছু বুজাাবলৈ টেষ্টা কৰিলো| যদি আপুনি godaddy ৰ পৰা domain ক্ৰয় কৰিছে তেন্তে এই পষ্ট টোৰ সহায়ত সহজতে সংযোগ কৰিব পাৰিব আৰু যদি কিবা বুজি পোৱা ত অসুবিধা পালে তেন্তে comment ত সুধিবলৈ নাপাহৰিব আৰু যদি কিবা ভুল হৈছে বুলি ভাবে তেন্তে ক্ষমা কৰি.দিব আৰু কমেন্টত জনাই দিব |
Helpfull
ReplyDeleteHelpfull
ReplyDeletearu baki khini hun kale dibo
ReplyDeletemoja
ReplyDelete