-->
How To Do SEO | On Page SEO and Off Page SEO in Assamese

How To Do SEO | On Page SEO and Off Page SEO in Assamese

hey guys welcome to ASSAMSUPPORT.COM in this article we going to know How to do SEO | SEO কেনেকৈ কৰা হয় |
how to do seo learn in Assamese


সাধাৰণতে SEO দুই প্ৰকাৰৰ ON PAGE SEO আৰু OFF PAGE SEO | যিকোনো ৱেবচাইট বা ব্লগত এই দুই বিধ SEO যদি ভালদৰে কৰা হয় ৱেবছাইট বা ব্লগৰ পষ্ট বোৰ automatically GOOGLE ত rank কৰে আৰু আমাৰ ব্লগ ৱেবছাইটত traffic বাঢ়িবলৈ ধৰে |

ON PAGE SEO in Assamese

what is on page seo learn in Assamese

ON PAGE SEO আমি নিজে আমাৰ ব্লগ ৱেবছাইটত কৰিব লাগে | ON PAGE SEO ত কৰিব লগা কেইটামান বিশেষ বিষয় তলত উল্লেখ কৰা হৈছে যিকেইটা.যদি আপুনি ভালদৰে বুজি লৈ ব্যবহাৰ কৰে তেন্তে আপুনি ON PAGE ৰ কথা আৰু চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাই | 


1.website design :- ৱেবচাইট বা ব্লগ টো design মানে দেখিৱলৈ সাধাৰণ হব লাগিব লগতে Mobile আৰু Adsense Friendly হব লাাগিব | যাতে যিকোনো visitor আৰু Google এ ভালদৰে বুজি পায় কোনে ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ |

2.website speed:- ৱেবচাইট বা ব্লগ টোৰ speed fast  হব লাগিব যাতে কোনো visit কৰিলে বেছি সময় loading... নহয় | 

3.Website Structure:- ৱেবচাইট টো সকলোৱে বুজি পোৱা ধৰণৰ হোৱা উচিত |

4.Website Favicon:-ৱেবচাইট এটাৰ কাৰণে favicon ৰ খুবেই প্ৰয়োজন Favicon মানে আপোনাৰ ৱেবচাইটৰ logo বুলি ধৰি লব পৰা যায় | যেনেকৈ :-
Faveicon for website Assamese


5.Mobile-friendly Website:- যি কোনো ধৰণৰ ৱেবচাইট নহওক কিয় MOBILE FRIENDLY হোৱাটাে দৰকাৰ মানে Mobile তো খাপ খোৱা আৰু laptop pc ত  খাপ খোৱা ধৰণৰ কাৰণ বেছিভাগ লোকে. আপোনাৰ ৱেবচাইটটো Mobile ৰ পৰাহে visit কৰিব | আপুনি ASSAMSUPPORT.COM টো চাব পাৰে এবাৰ laptop বা pc ত খুলি চাব আৰু এবাৰ Mobile ত খুলি চাব দুুুয়ো টাতেই বেলেগ দেেখা পাব |

6.Title Tag:-যদি ৱেবচাইটটো wordpress ত আছে TITLE TAG ব্যবহাৰ কৰিব পাৰে আৰু যদি blogger ত আছে TITLE Tag ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই |

7.Meta Description:-
wordpress  ত  হে ব্যবহাৰ কৰিব পাৰিব |

8.Keyword Density:-
যিটো keyboard ত search বেছিকৈ কৰা হয় সেই keyboard টোক Focus কৰি Articles টো লিখিব লাগে |

9.Image Alt Tag:- 
 যদি ৱেবচাইট টো wordpress ত আছে images add কৰোতে Alt Tag ৰ ব্যৱহাৰ কৰিবলৈ একেবাাৰে নাপাহৰিব | আৰু যদি Blogger ত আছেে images Add কৰোতেে Property  focus. keyboard টো দিবলৈ নাপাহৰিব ~

10.URL Structure:-
যি বিষয়ত Articles টো লিখিব সেইটোৰ Focus keyboard টো Articles টোৰ লিংকত নিশ্চয় দিব |

11.Internal Links:- 
 পষ্টৰ মাজত কোনো বেলেগ পষ্টৰ লিংক দিয়াটো দৰকাৰ | আপুনি এই লিংক নিশ্য়য় ব্যবহাৰ কৰিব | ASSAMSUPPORT.COM ত যেনেকৈ also read this  বুলি ব্যৱহাৰ কৰা হয় | ইয়াৰ পৰাা SEO ত লাভ হয় |

12.Highlight Important Keyword:-
দৰকাৰী শব্দবোৰ Highlight মানে বাকি শব্দ বোৰত কে অলপ বেলেগ কৰি দিব লাগেে|

13.Use Heading Tag:-
 প্ৰয়োজন সাপেক্ষে Heading,  Subheading,  Minor Heading ব্যৱহাৰ কৰিব লাগে |

14.Post-Good Length:-
পষ্ট টো অলপ দীঘলীয়াকৈ লিখিব লাগে অতিকমেও 1000 টা শব্দ ব্যৱহাৰ কৰিব লাগে|

15.Google Sitemap:- 
 google ৰ Search Console ত sitemap submit কৰিব লাগে | যাতে google য়ে ৱেবচাইট টোৰ বিষয়ে বুজিি পাায় আৰু Crowl Index কৰিব পাৰে |

16.Check Broken Links:-
অদৰকাৰী link বোৰ check কৰিব লাগে আৰু সঠিক উপায় গ্ৰহণ কৰিব লাাগে

17.SEO Friendly URL:-
পষ্টৰ url টো seo friendly হব লাগে |

18.Google Analytics:-
GOOGLE Analytics ৰ ব্যৱহাৰ কৰিব লাগে |

19.Social Media Button:-
Socil Media ত Acount. বনাব লাগে আৰু ৱেবচাইটটোত add কৰি দিব লাগে|

20.HTML Page Size:-
Page ৰ Size টো যিমান পাৰি কম কৈ ৰাাখিব লাগেে|

21.Clear Page Cache:-


22.Website security HTTPS etc:-
https:// ব্যৱহাৰ কৰিব লাগে|

    OFF PAGE SEO in Assamese

    what is off page seo learn in Assamese
    Off Page SEO এদিনত হোৱা বস্তু নহয় OFF PAGE SEO এমাহ দুমাহ তিনিয়ামাহ এবছৰ নাইবা দুবছৰ য়ো লাগি যাব পাৰে আৰু ইয়াক আপুনি কৰিব নোৱাৰে এই OFF PAGE SEO নিজে নিজে আপুনাৰ ৱেবচাইটত হব | 

    তলত কেইটামান Tricks উল্লেখ কৰা হৈছে যিকেইটা ব্যৱহাৰ কৰি অলপ হয়েও OFF PAGE SEO কৰিব পৰা যায় | 

    1.Social Networking Site

    1. Facebook page:- ৱেবচাইটৰ নামত Facebook page বনাব লাগিব আৰু যেতিয়াই নতুন পষ্ট publish কৰে Facebook page ত share কৰিব | 


    2.Facebook group :- ৱেবচাইটৰ নামত Facebook group বনাব লাগে | আৰু মাজে সময়ে ৱেবচাইটৰ লিংক share কৰিব লাগে |


    3. Twitter:- 


    4. Google plus etc


    2.Social Bookmarking Site

    এই কেইটা site ত account বনায় মাজে সময়ে কাম কৰি যাব লাগিব | 
    Tumblr
    ♦ Pinterest
    ♦ Diggo
    ♦ Digg
    ♦ Linkedin
    ♦ Reddit
    ♦ Stumbleupon
    ♦ Delicious etc



    3.Guest Posting :-যিকোনো ভাল ৱেবচাইটত Guest Post কৰিব লাগিব আৰু সেই post ৰ মাজত নিজৰ ৱেবচাইটৰ dofolow url দিব লাগিব | 
    4.Forum Posting:- Forum posting কৰি back link বনাব লাগিব | 
    5.Blog Commenting:- comments ৰ দ্বাৰা backlink বনাব    লাগিব |
    6.Blog Directory Submission
    7.Search Engine Submission
    8.Classifieds Submission Site
    9.Video Sharing site
    10.Photo Sharing site
    11.Question and Answering Site

    conclusion :-আজিৰ এই পষ্ট টোত মই আপোনালোকক একেবাৰে সহজ সৰল কৈ SEO কেনেকৈ কৰিব বুুুজাবলৈ. টেষ্টা কৰিলো | মই ভাবো যে আপুনি ভাালদৰে বুজি পাালে  | যদি কিবা বুজি পোৱাত অসুবিধা পালে কমেন্টত সুধিব পাৰে আৰু যদি কিবা ভুল হৈছে বুলি ভাবে তেন্তে মোক কমেন্টত জনাব পাৰে | লগতে এই পষ্ট টো Share কৰিবলৈ নাপাহৰিব | ধন্যবাদ |

    0 Response to "How To Do SEO | On Page SEO and Off Page SEO in Assamese"

    Post a Comment

    Top Ads

    Middle Article Ads

    Middle Article Ads

    Bottom Article Ads