
What is Domain Name and How to Buy A Domain Name | Learn in Assamese
Thursday, January 24, 2019
2 Comments
Hey Guys Welcome To ASSAMSUPPORT.COM . We discuss here What is Domain Name And How to Buy A Domain Name | ড'মেন নেম কি আৰু কেনেকৈ কিনিব পৰা যায় |
যদি আপোনাৰ এটা ব্লগ বা website আছে বা আপুনি এটা ৱেবচাইট বা ব্লগ বনাব বিচাৰে তেন্তে আপোনাৰ কাৰনে এটা Domain Name থকাটো প্ৰয়োজন সেয়েহে আজি আমি শিকিম Domain Name কি আৰু কেনেকৈ কিনিব পৰা যায় | এই পষ্টটো আমাৰ Blogging Assamese Serious ৰ 6 নং পষ্ট হয় যদি আপুনি আগৰ কেইটা পষ্ট পঢ়া নাই Read ইয়াত ক্লিক কৰি পঢ়ি লব পাৰে | এই Blogging Assamese Serious টোৰ পৰা আপুনি এটা Simple ব্লগ ৱেবছাইটৰ পৰা এটা Business website বনাব পাৰিব একেকেবাৰে সহজতে |
What is Domain Name ? ড'মেন নে'ম কি ?
Domain Name আপোনাৰ website ৰ নাম হয় | Domain Name সেইটো ৰাস্তা হয় যাৰ সহায়ত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ আমাৰ website লৈ আহিব পাৰে | ইন্টাৰনেটত কম্পিউটাৰে বিচাৰি পাবলৈ আৰু চিনি পাবলৈ এটা Domain Name ৰ ব্যৱহাৰ কৰা হয় | কম্পিউটাৰে IP address ৰ প্ৰয়োগ কৰে , যিটো সংখ্যাৰ এটা সৃংখল হয় | সংখ্যাৰ এটা IP address মনত ৰখাটো ইমান সহজ নহয় সেয়েহে Domain Name ৰ আবিস্কাৰ হৈছিল | আৰু IP Address ব্যৱহাৰ কৰাৰ সলনি Domain Name ৰ ব্যৱহাৰ কৰা হয় |
এটা Domain Name কিছুমান আখৰ আৰু সংখ্যাৰ যিকোনো মিশ্ৰণ হব পাৰে | আৰু ইয়াৰ উপয়োগ বিভিন্ন Domain Name Extension .Com .Net .In আদি যিকোনো ধৰণৰ Extension ৰ লগত সংযোগ কৰিব পৰা যায় |
ব্যৱহাৰ কৰাৰ আগত যিকোনো Domain Name Register কৰিব লগা হয় | প্ৰত্যেক Domain Name অদ্বিতীয় হয় | দুটা বেলেগ বেলেগ website ত কেতিয়াও যিকোনো এটা Domain Name হব নোৱাৰে |
কোনোৱে যদি ASSAMSUPPORT.COM চাৰ্চ কৰে তেতিয়া তেওঁ কেৱল আমাৰ এই ৱেবচাইটত আহিব | বেলেগ ক'তো যাব নোৱাৰে | যদি কোনোবাই ভুলতে ASSAMSUPPORT.COM ৰ ঠাইত ASSAMSUPPORT.IN বা ASSAMSUPPORTS.COM বা যিকোনো ধৰণৰ ভূল Domin Name চাৰ্চ কৰে তেতিয়া তেওঁ আমাৰ এই ৱেবচাইটত নাহি বেলেগ বেলেগ website লৈকে হে যাব.|
How To Register (Buy) a Domain Name ? ড'মেন নে'ম কেনেকৈ নিজৰ নামত বা কিনিব পৰা যায় ?
যিকোনো এটা website ৰ বাবে এটা নিৰ্দিষ্ট domain name ৰ প্ৰয়োজন | Blogger.Com ত ব্লগ বনালে এটা Subdomain দিয়া হয় যিটোৰ থাইত আমি এটা Domain লগাই লোৱাটো ভাল | Blogger.com এটা Google ৰ অধীনত থকা সম্পদ আৰু ই এটা ফ্ৰী ব্লগ বনাবলৈ সুজুগ দিয়ে | যদিও আমি Blogger.com ত permanently আমাৰ ব্লগ ৱেবছাইটটো Host কৰি ৰাখিব পাৰো তথাপিও আমি আমাৰ Blogger ৱেবচাইটত এটা নিজৰ Domain Name ব্যৱহাৰ কৰিব লাগে | যাতে আমি আমাৰ ব্লগ ৱেবছাইট টো 5-10 বছৰ পাছত এটা Brand বনাব পাৰো|
Domain Name কিনিবলৈ আমি প্ৰথমে আমাৰ ৱেবচাইটৰ নাম টো ভাবি লব লাগিব |
ধৰি লওক আমি আমাৰ ৱেবচাইটৰ নাম ASSAMSUPPORT ৰাখিব বিচাৰো এতিয়া আমি Domain Name provider ত এই নাম টো চাৰ্চ কৰি চাব লাগিব |
Domain Name Provider :-
.com হৈছে বহুত পুৰণি Domain Name যিমান ডাঙৰ ডাঙৰ ৱেবচাইট আছে চবেই. com domain name ব্যৱহাৰ কৰে | আৰু .com domain name ৰাখি যদি এটা ৱেবচাইট বা ব্লগ বনোৱা হয় তেতিয়া original ৱেবচাইট বা ব্লগ বুলি কোৱা হয় আৰু যদি কোনোবাই সেই একেই নামাৰে .in .net বা যিকোনো ৱেবচাইট বনায় সেইটো এটা original site বুলি কোৱা নহয় যদিহে সেই ৱেবচাইটটো অলপ হলেও .com সৈতে মিল হয় |
এতিয়া আমি প্ৰথমতে .com আছেেনে নাই চাব লাগিব যদি নাই .net আছেনে নাই চাব লাগিব আৰু যদি .com বা. .net নাই আৰু .in আছে তেতিয়া আমি .in লব লাগিব | আৰু যদি এই তিনিটাই নাাই তেতিয়া আমি বাকি কেইটা চাব লাগিব |
যিকোনো extension ৰ সৈতে domain name কিনিলেও একো কথা নাই কিন্তু ভৱিষ্যতৰ কাৰনে ভাৱি যদি লোৱা হয় তেতিয়া মই আপোনা লোকক .com হে লবলৈ কম |
যদি কোনো simple Article লিখা ব্লগ হয় | আৰু কেৱল india ৰ বাবেহে হয় তেতিয়া .in লৱ পাৰে | কিন্তু মনত ৰাখি ৱেবচাইটটো বনাব যাতে .com .net ৱেবচাইটৰ লগত নিমিলে | যেনেকৈ .assamsupport.in এটা সম্পূৰ্ণ বেলেগ website হয় যিটো আমাৰ এই ASSAMSUPPORT.COM ৰ লগত নিমিলে আৰুএই website টো মোৰ নহয় | যদি এই .in website টো আমাৰ লগত মিলিলে হয় তেতিয়া এই ৱেবচাইটটোক Copy website বুলিয়েই কোৱা হব |
.Net ও লব পৰা যায় যদিহে .Com ৰ লগত website টো নিমিলে আৰু সম্পূৰ্ণ বেলেগ হয় |
আৰু যদি আপুনি কোনো এটা সম্পূৰ্ণ বেলে নিৰ্দিষ্ট content ৰ এটা ব্লগ বনাব বিচাৰে তেন্তে .online / .info / .website যিকোনো ধৰণৰ domain name লৈ ৱেবচাইট তথা ব্লগ এটা বনাব পাৰে |
যিকোনো domain name provider website ৰ পৰা আপুনি ভবা domain name টো ক্ৰয় কৰিব পাৰিব |
যদি কোনোৱে আগৰ পৰাই ক্ৰয় কৰি থৈছে তেতিয়া যিকোনো domain name provider ৰেই সেই domain name আৰু ঘূৰাই বিক্ৰী কৰিব নোৱাৰে |
Conclusion :- আজি মই domain name কি আৰু কেনেকৈ ক্ৰয় কৰিব পাৰি তাৰ বিষয়ে কিছু বুজাৱলৈ টেষ্টা কৰিলো | যদিহে কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে comment ত সুধিৱলৈ নাপাহৰিব | আৰু যদি কিবা ভূল হৈছে বুলি ভাবে তেন্তে ক্ষমা কৰি দিব আৰু কমেন্টত জনাই দিব |
অনু গ্ৰহ কৰি social media ত share কৰিবলৈ নাপাহৰিব যাতে যিসকলে নিজৰ এটা ব্লগ ৱেবছাইট বনাব বিচাৰে তেওঁলোকৰ কিছু পৰিমাণৰ সলেও সহায় হয় |
ALSO READ THIS :-
Domain Name কিনিবলৈ আমি প্ৰথমে আমাৰ ৱেবচাইটৰ নাম টো ভাবি লব লাগিব |
- যদি আপোনাৰ এটা YouTube চেনেল তেতিয়া আপুনি আপোনাৰ YouTube চেনেলৰ নামত এটা Domain কিনিব পাৰিব |
- আমি যিকোনো এটা ভাল নাম ভাবিও এটা Domain কিনিব পাৰো |
- আমি আমাৰ ব্লগ ৱেবছাইটত কি হৰ বিষয়ত পষ্ট publish কৰিম তাৰ লগত মিলা জুলা নামৰ Domain কিনিব পাৰো|
- বা আপুনি যি নামাৰে ইচ্চা কৰে সেই নামেৰে এটা domain কিনিব পাৰো|
ধৰি লওক আমি আমাৰ ৱেবচাইটৰ নাম ASSAMSUPPORT ৰাখিব বিচাৰো এতিয়া আমি Domain Name provider ত এই নাম টো চাৰ্চ কৰি চাব লাগিব |
Domain Name Provider :-
- Godaddy
- Namechep
- Bigroack
- Hosting Raja
- Blue Host
- Reseler Club
.com হৈছে বহুত পুৰণি Domain Name যিমান ডাঙৰ ডাঙৰ ৱেবচাইট আছে চবেই. com domain name ব্যৱহাৰ কৰে | আৰু .com domain name ৰাখি যদি এটা ৱেবচাইট বা ব্লগ বনোৱা হয় তেতিয়া original ৱেবচাইট বা ব্লগ বুলি কোৱা হয় আৰু যদি কোনোবাই সেই একেই নামাৰে .in .net বা যিকোনো ৱেবচাইট বনায় সেইটো এটা original site বুলি কোৱা নহয় যদিহে সেই ৱেবচাইটটো অলপ হলেও .com সৈতে মিল হয় |
এতিয়া আমি প্ৰথমতে .com আছেেনে নাই চাব লাগিব যদি নাই .net আছেনে নাই চাব লাগিব আৰু যদি .com বা. .net নাই আৰু .in আছে তেতিয়া আমি .in লব লাগিব | আৰু যদি এই তিনিটাই নাাই তেতিয়া আমি বাকি কেইটা চাব লাগিব |
যিকোনো extension ৰ সৈতে domain name কিনিলেও একো কথা নাই কিন্তু ভৱিষ্যতৰ কাৰনে ভাৱি যদি লোৱা হয় তেতিয়া মই আপোনা লোকক .com হে লবলৈ কম |
যদি কোনো simple Article লিখা ব্লগ হয় | আৰু কেৱল india ৰ বাবেহে হয় তেতিয়া .in লৱ পাৰে | কিন্তু মনত ৰাখি ৱেবচাইটটো বনাব যাতে .com .net ৱেবচাইটৰ লগত নিমিলে | যেনেকৈ .assamsupport.in এটা সম্পূৰ্ণ বেলেগ website হয় যিটো আমাৰ এই ASSAMSUPPORT.COM ৰ লগত নিমিলে আৰুএই website টো মোৰ নহয় | যদি এই .in website টো আমাৰ লগত মিলিলে হয় তেতিয়া এই ৱেবচাইটটোক Copy website বুলিয়েই কোৱা হব |
.Net ও লব পৰা যায় যদিহে .Com ৰ লগত website টো নিমিলে আৰু সম্পূৰ্ণ বেলেগ হয় |
আৰু যদি আপুনি কোনো এটা সম্পূৰ্ণ বেলে নিৰ্দিষ্ট content ৰ এটা ব্লগ বনাব বিচাৰে তেন্তে .online / .info / .website যিকোনো ধৰণৰ domain name লৈ ৱেবচাইট তথা ব্লগ এটা বনাব পাৰে |
যিকোনো domain name provider website ৰ পৰা আপুনি ভবা domain name টো ক্ৰয় কৰিব পাৰিব |
যদি কোনোৱে আগৰ পৰাই ক্ৰয় কৰি থৈছে তেতিয়া যিকোনো domain name provider ৰেই সেই domain name আৰু ঘূৰাই বিক্ৰী কৰিব নোৱাৰে |
Conclusion :- আজি মই domain name কি আৰু কেনেকৈ ক্ৰয় কৰিব পাৰি তাৰ বিষয়ে কিছু বুজাৱলৈ টেষ্টা কৰিলো | যদিহে কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে comment ত সুধিৱলৈ নাপাহৰিব | আৰু যদি কিবা ভূল হৈছে বুলি ভাবে তেন্তে ক্ষমা কৰি দিব আৰু কমেন্টত জনাই দিব |
অনু গ্ৰহ কৰি social media ত share কৰিবলৈ নাপাহৰিব যাতে যিসকলে নিজৰ এটা ব্লগ ৱেবছাইট বনাব বিচাৰে তেওঁলোকৰ কিছু পৰিমাণৰ সলেও সহায় হয় |
ALSO READ THIS :-
- #0.What is blogging | how i start blogging journey | ব্লগিং কি? কেনেকৈ ব্লগিং আৰম্ভ কৰিব পৰা যায় | in Assamese
- #1.how to create a free blog | কেনেকৈ এটা ফ্ৰী ব্লগ বনাব ? in Assamese
- #2.How to Write the First Post in Blogger | ব্লগাৰ ব্লগত প্ৰথম পষ্ট কেনেকৈ লিখা হয় | in Assamese.
- #3.How to write 5 important pages in our blog | ব্লগত প্ৰয়োজনীয় পেজ কেইটা কেনেকৈ লিখা হয় |
- #4.How To upload Blogger Theme . Complete Details in Assamese
- #5.How To Customize News Plus Blogger Theme in Assamese
Domain not domin
ReplyDeleteThanks for all
ReplyDelete