-->
How to pay online from ATM debit card in Assamese

How to pay online from ATM debit card in Assamese

ATM card ৰ পৰা অনলাইন পেমেন্ট কেনেকৈ কৰিব পাৰি আৰু কিমান সুৰক্ষিত |
  আপোনাৰ ওচৰতো এখন ATM card বা Debit card আছে | আপুনিও অনলাইন পেমেন্ট কৰিব বিচাৰে | যদি আপুনি আপোনাৰ ATM card ৰ দ্বাৰা অনলাইন পেমেন্ট কৰিব বিচাৰে আৰু  কেনেকৈ কৰিব পাৰি নাজানে তেন্তে এই পষ্ট টো সম্পূৰ্ণ কৈ পঢ়িবলৈ নাপাহৰিব|

  আপুনি যদি Online Mobile Recharge, Online Shopping, Online Payment, Online Ticket Booking, Online Transaction আদি যদি কৰিব বিচাৰে তেন্তে ATM card ৰ পৰা পেমেন্ট কৰি সকলোবোৰ কাম কৰি লব পাৰিব|
  
     অনলাইন পেমেন্ট কৰাৰ প্ৰয়োজন হলে ATM বা Debit Card টো select কৰি লব তাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা page আহিব |

ইয়াত আপোনাক card no, Month Year আৰু CVV বিছৰা হৈছে| আপোনাৰ card খন ওলিয়াই লব 

ওপৰত থকা 16টা সংখ্যা দি দিব  লগতে month yearত expiry date মানে card খন কেতিয়ালৈকে চলিব | cardখনৰ ওপৰতেই আপুনি পাই যাব তাৰ পাছত cvv দিব লাগিব | card খনৰ পাছ ফালে চাবলৈ পাই যাব 3টা সংখ্যা ভাল দৰে সূদ্ধ কে দি দিব আৰু Pay কৰি দিব |
যদি নাম বিছৰা হয় তেন্তে Card খন কাৰ নামত আছে নাম ভালদৰে দি দিব আৰু payment কৰি দিব |
আপোনাৰ ওচৰত এনেকুৱা এটা page খুলিব ইয়াত আপোনাৰ ATM cardৰ শেষৰ 4 টা সংখ্যা লগতে বেংকত ৰেজিষ্টাৰ মোবাইল নম্বৰটোৰ শেষৰ চাৰিটা সংখ্যা দেখিবলৈ পায় যাব|
তাৰপাছত আপোনাৰ বেংকত ৰেজিষ্টাৰ মোবাইল নম্বৰটোত 6টা সংখ্যাৰ otp আহিব |
সেই OTP টো ইয়াত ভালদৰে  দি দিব আৰু Make Payment ত ক্লিক কৰি দিব | আপোনাৰ পেমেন্ট সম্পূৰ্ন হৈ যাব আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা সেই টকা খিনি কাটি লোৱা হব|

মনত ৰাখিব যে OTP, CVV, Card number অন্য কোনো ব্যক্তিক নিদিব| তেওঁ লাগিলে বেংকৰ কৰ্মচাৰী হওক বা আন কোনো |

0 Response to "How to pay online from ATM debit card in Assamese"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads