-->
online recharge bill payment in Assamese

online recharge bill payment in Assamese

5 Best online platform recharge phone and dth. 5 টা ভাল উৎস মোবাইল ৰিচাৰ্জ আৰু টিভি ৰিচাৰ্জ কৰাৰ| 

 আপোনাৰো এটা মোবাইল ফোন আছে আপোনাৰো ঘৰত এটা টিভি আছে আৰু আপুনি যদি Airtel, Jio, Vodafone, idea, TataSky, Dish Tv, Relince, Sun Direct বা যিকোনো operator ৰ পৰা connection লাভ কৰিছে | এতিয়া আপুনি প্ৰতি মাহে বছৰে বা সপ্তাহে ৰিচাৰ্জ কৰিবলগীয়া হয় তেন্তে আপুনি এই পষ্টটো পঢ়ি অতি সহজে আপোনাৰ মোবাইল টিভি ৰিচাৰ্জ কৰি লব পাৰিব|
এতিয়া হৈছে ডিজিটেল যুগ এতিয়া সকলো কাম ঘৰতে বহি বহি নিজৰ মোবাইল ফোন, লেপটপ বা কম্পিউটাৰৰ দ্বাৰা কৰা হয়|সেয়েহে আজি মই আপোনালোকলৈ কেনেকৈ নিজে নিজৰ মোবাইল টিভি ৰিচাৰ্জ কৰিব পাৰি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আৰু কেইটামান ভাল উৎস আপোনালোকলৈ আগবঢ়াই দিম|

UPI কি➡️ পঢ়িবলৈ ক্লিক কৰক READ WHAT IS UPI WHO TO USE UPI

প্ৰথমতে এটা Android Smartphoneৰ প্ৰয়োজন হব আৰু এটা বেংক একাউন্ট লগতে এটা ATM কাৰ্ডব প্ৰয়োজন হব | যদি এই কেইটা বস্তু আপোনাৰ ওচৰত আছে আপুনি অতি সহজে অনলাইন ৰিচাৰ্জ কৰিব পাৰিব|

অনলাইন ৰিচাৰ্জ কৰিলে আপোনাৰ ৰিচাৰ্জ কৰা পইচা টো আপোনাৰ বেংক একাউণ্টৰ পৰা ডেবিট কাৰ্ডৰ পৰা সুৰক্ষিত ভাৱে কাটি লোৱা হব | লগতে আপুনি UPI, NetBanking, wallet, আদিৰ পৰাও payment কৰিব পাৰিব|

কিছুমান ভাল উৎস বা Application য়ে এই সকলোবোৰ সুবিধা প্ৰদান কৰি আহিছে যাৰ সহায়ত আমি যিকোনো সময়তে যিকোনো মোবাইল যিকোনো DTH ৰিচাৰ্জ কৰি লব পাৰো | যেনে--
             Paytm ➡️➡️➡️Download
             phonepe ➡️➡️Download
             GooglePay ➡️Download
             Freecharge ➡️Download
             Mobikwik ➡️➡️Download
             Amazon ➡️➡️➡️Download

এই কেইটা হৈছে ভাল উৎস মোবাইল ৰিচাৰ্জ বা টিভি ৰিচাৰ্জ কৰাৰ| ইয়াৰে যিকোনো এটা Download কৰি লব আৰু যদি আপোনাৰ মোবাইলত আছে open কৰি লব| 
প্ৰথমতে ইয়াত এটা account বনাব লাগিব account বনাবলৈ মাত্ৰ এটা মোবাইল নম্বৰ আৰু gmail idৰ প্ৰয়োজন হয়| যদি আপোনাক আৰু কিবা বিচৰা হয় ভালদৰে হোদ্ধ কে দি দিব যাতে ভৱিষ্যতে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়| আপোনি এটা চৰকাৰী document যেনে PAN CARD, VOTER CARD, ADDHAR CARD, DRIVING LICENSE, PASSPORT দি দিব | যাতে আপোনি ভালদে সুবিধা সমূহ ব্যৱহাৰ কৰিব পাৰে| কোনো ধৰণৰ document নিদিলেও একো কথা নাই|কিন্ত্ত wallet ত পইচা জমা থব নোবাৰিব আৰু cashback লাভ কৰাত অসুবিধা পাব|যদি আপুনি document যি KYC কৰি লয় তেতিয়া wallet ত বেংকৰ পৰা ATM card সহায়ত পইচা Add কৰি থব পাৰিব আৰু wallet ৰ পইছলৰে ৰিচাৰ্জ কৰি লব পাৰিব আৰু ভালেমান cashback লাভ কৰিব পাৰিব| আৰু যদি document নিদিয়ে প্ৰতিবাৰ ৰিচাৰ্জ কৰোতে ৰেংকৰ পৰা Atm card ৰ সহায়ত প্ৰতিবাৰ পইচা দিবলগীয়া হব পাৰে|  


ATM card ৰ পৰা payment কেনেকৈ কৰা হয়~
ATM card ৰ পৰা অনলাইন পেমেন্ট কৰাটো একে বাৰে সহজ| ATM card ৰ  আগফালৰ 16 টা সংখ্যা Expiry date (মাহ/বছৰ) আৰু cvv মানে ATM cardৰ পাছফালে থকা তিনিটা সংখ্যা দি payment কৰি দিয়া পাছত বেংকত ৰেজিষ্টাৰ থকা মবাইল নংত 6টা সংখ্যাৰ OTP নং দি দিলেই আপোনাৰ payment হৈ যাব আৰু আপোনাৰ বেংক একাউণ্টৰ পৰা যিমান টকাৰ payment কৰিলে সিমান টকা কমি যাব আৰু পাছবুক খন এন্টি কৰিলে দেখিবলৈ পাই যাব|

conclusion:-

1 Response to "online recharge bill payment in Assamese "

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads