
who to use JIO vouchers in Assamese
Tuesday, December 18, 2018
Comment
WE DISCUSS HERE who to use jio vouchers, Who to redeem JIO voucher, who to use my jio coupon, in Assamese. যদি আপুনিও JIO sim ব্যৱহাৰ কৰে আৰু প্ৰতিবাৰ ৰিচাৰ্জ কৰাৰ পাছত 8 টা 50 টকীয় voucher লাভ কৰে আৰু কেনেকৈ ব্যবহাৰ কৰিব পাৰি নাজানে তেন্তে এই পষ্ট টো সম্পূৰ্ণ কৈ পঢ়িবলৈ নাপাহৰিব |
প্ৰতিটো ৰিচাৰ্জ rs-349 rs-398 rs-399 বা ততোধিক কৰে তেতিয়াহে আপুনি আপোনাৰ Jio number ত Active থকা rs-50 টকাৰ voucher use ব্যৱহাৰ কৰিব পাৰিব | আপোনাৰ Jio নম্বৰত যিমানেই vouchers থাকিলেও প্ৰতিবাৰ ৰিচাৰ্জ কৰোতে এটা voucher হে ব্যবহাৰ কৰিব পাৰিব |
who to use jio vouchers
আপোনাৰো যদি প্ৰশ্ন আছিল তেন্তে শেষৰ খিনি ভালদৰে বুজি লওক |
যদি নাজানে 👇👇👇👇
যদি নাজানে 👇👇👇👇
- what is UPI who to use upi ? upi কি আৰু কেনেকৈ ব্যবহাৰ কৰা হয় ? Read Here.
- 5 best recharge and bill payment plate form ? ৰিচাৰ্জ আৰু বিল পেমেন্ট কৰাৰ বাবে 5 টা ভাল উৎস ? Read Here.
- 3. How to pay online from ATM debit card ?ATM cardৰ পৰা অনলাইন পেমেন্ট কেনেকৈ কৰিব পাৰি ? Read Here.
এতিয়া যদি আপুনি ৰিচাৰ্জ কৰিব বিচাৰে My Jio App to Open কৰি লওঁক আৰু যদি নাই download কৰি লওঁক |
open কৰা পাছত এনেকুৱা এটা page দেখা পাব
ওপৰত দেখিবলৈ পোৱা 3 line ত ক্লিক কৰি
Recharge option টোত ক্লিক কৰক আৰু
Recharge your number ত ক্লিক কৰক তাৰ পাছত
কিমান পেকেৰে ৰিচাৰ্জ কৰিব বিচাৰে বাছি লব আৰু buy option ত ক্লিক কৰিব |
তলত দেখুওৱাৰ দৰে option আহিব |
ইয়াত দেখিবলৈ পোৱা Apply Discount Voucher option টোত ক্লিককৰক আৰু
rs-50 ৰ কাষৰ ঘূৰণীয়া আকাৰৰ box টোত ক্লিক কৰিব আৰু use it option টোত ক্লিক কৰি দিব |
যদি থিকে থাকে Apply হৈ যায় ওপৰত Discount Voucher Applied বুলি দেখা পোৱা যাব আৰু যিমান ৰিচাৰ্জ কৰিব লৈছিল তাতকে rs-50 টকা কমাই দিয়া হব |
তাৰ পাছত যিকোনো payment method ৰ পৰা পেমেন্ট কৰি দিলেই আপোনাৰ Jio Recharge হয় যাব 50 টকা কমত |
Conclusion : যদি কিবা বুজি পাবলৈ অসুবিধা পালে তেন্তে comment ত সুধিব পাৰে বা আমালৈ Mail কৰিব পাৰে contact@assamsuppot.com লৈ
আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰি সকলোকে জনাই দিয়ক ধন্যবাদ |
0 Response to "who to use JIO vouchers in Assamese"
Post a Comment