
UPI | what is upi | upi কি ? How to use UPI | in Assamese
Friday, November 23, 2018
2 Comments
what is upi ? who to use upi in Assamese. UPI- Unified Payment Interface.
upi হৈছে পইচাৰ আদান প্ৰদান কৰাৰ এটা সহজ উপায় যাৰ সহায়ত আপোনালোকে অতি সহজে পইচাৰ লেন দেন কৰিব পাৰিব direct আপোনাৰ বেংক একাউণ্টৰ পৰা অন্য কোনো লোকৰ বেংক একাউন্টলৈ |
upi ব্যৱহাৰ কৰি আপুনি যিকোনো বেংকৰ পৰা যিকোনো বেংকলৈ পইচাৰ. আদান প্ৰদান কৰিব পাৰিব | যেনে-- SBI TO HDFC, AXIS, ICICI, UBI, PAYMENT BANK , etc etc. HDFC TO ALL BANK, ICICI TO ALL BANK, AXIS TO ALL BANK, মানে যিকোনো বেংকৰ পৰা যিকোনো বেংকলৈ পইচাৰ আদান প্ৰদানৰ সুবিধা লাভ কৰিব পাৰিব| ঘৰত বহি বহি | যদি আপুনি upi ব্যৱহাৰ কৰে আপুনি cashback য়ো পাব |.
what is upi ? who to use upi in Assamese.
এই সুবিধা গ্ৰহণ কৰিবলৈ আপোনাক এটা Android smartphone ৰ দৰকাৰ হব লগতে আপোনাৰ বেংক একাউণ্টত লিংক থকা Mobile No টো আপোনাৰ Android Smartphone ত থাকিব লাগিব আৰু ATM Card খনৰ প্ৰয়োজন হব | লগতে upi ৰ সুবিধা প্ৰদান কৰা Apk ৰ প্ৰয়োজন হব| UPI ৰ সুবিধা থকা Apk কেইটা হল ➖➖▶️▶️ Google Pay▶️ Download phone.pe. ▶️ Download paytm. ▶️ Download Bhim Upi. ▶️ Download
যিকোনো এটা Download কৰি লোৱা পাছত আপুনি এটা একাউণ্ট খুলিব লাগিব মনত ৰাখিব যে বেংক একাউন্টত লিংক থকা মবাইল নং টো দি হে খুলিব | আৰু আপোনাৰ বেংক একাউণ্টত লিংক থকা মবাইল নং টো বাছি লব (আপুনাৰ মোবাইলত 1.5 টকা বা মেচেজ পেক থকাটো বাধ্যতামূলক যাতে এটা মেচেজ যাব পাৰে) আপোনাৰ বেংক একাউণ্ট টো বাচিবলৈ কোবা হব যি বেংকত একাউণ্ট আছে বাছি লব | আপোনাৰ বেংক একাউণ্টটো আহি যাব তাৰ পাছত আপুনি upi pin বনাব লাগিব | upi pin বনাবলৈ ATM card খন ওলিয়াই লব আৰু যি যি বিচৰা হয় দি দিব |( ATM card ৰ ওপৰত থকা 16 টা সংখ্যা, expiry date, cvv মানে ATM ৰ পাছ ফালে থকা 3 টা সংখ্যা) সকলোবোৰ দি দিয়া পাছত আপোনাক upi pin বনাবলৈ কোৱা হব নিজৰ ইচ্ছাৰে 6 টা সংখ্যা দি confirm কৰি দিব | আপোনাৰ upi account হৈ যাব এতিয়া আপোনাক এটা upi id দিয়া হব xxx@paytm, xxxx@ybl, xxxx@oksbi, xxxx@upi আদি ধৰণৰ যদি ইচ্ছা কৰে সাল সলনি কৰি লব পাৰিব | এতিয়া আপুনি যিকোনো সময়ত যিকোনো ব্যক্তিক যিকোনো বেংকত পইচা পথাব বা গ্ৰহণ কৰিব পাৰিব 1 চেকন্ডত |
এই পদ্ধতি প্ৰয়োগ কৰি সকলোবোৰ লাগতিয়ালকাম সহজতে কৰি লব পাৰিব ঘৰতে বহি বহি |
NO IMPORTANT ONLY FOR READ 01 WHAT IS UPI WHO TO USE
UPI IN ASSAMESE ?
UPI কি ? আৰু ইয়াক কেনেকৈ
ব্যৱহাৰ কৰা হয় ? READ HERE
পঢ়িবলৈ. 02 WHO TO REDEEM JIO V
OUCHER ?
জিঅ কুপন কেনেকৈ ব্যবহাৰ কৰা হয় ? 03 WHO TO PAY ONLINE FROM ATM
DEBIT CARD ?
ATM কাৰ্ডৰ পৰা অনলাইন পেমেন্ট
কেনেকৈ কৰা হয় ? READ HERE
পঢ়িবলৈ 04 ONLINE RECHARGE AND BILL
PAYMENT ?
ৰিচাৰ্জ আৰু বিল পেমেন্ট অনলাইন
কেনেকৈ কৰা হয় ? READ HERE
পঢ়িবলৈ
conclution : এই পষ্ট টোৰ জৰিয়ে কেৱল upi পদ্ধতিৰ জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে যাতেদেশৰ সকলো নাগৰিকৰে upi ব্যবহাৰ কৰি অতি সহজেই ঘৰত বহি বহি দৈনন্দিন জীৱনত প্ৰয়োজনীয় কাম কাজ বোৰ কৰি লব পাৰে | যদি কিবা বুজিবলৈ অসুবিধা পালে তেন্তে comment ত নিচ্চয় সুধিব পাৰে বা আমাক contact কৰিব পাৰে|
এই সুবিধা গ্ৰহণ কৰিবলৈ আপোনাক এটা Android smartphone ৰ দৰকাৰ হব লগতে আপোনাৰ বেংক একাউণ্টত লিংক থকা Mobile No টো আপোনাৰ Android Smartphone ত থাকিব লাগিব আৰু ATM Card খনৰ প্ৰয়োজন হব | লগতে upi ৰ সুবিধা প্ৰদান কৰা Apk ৰ প্ৰয়োজন হব| UPI ৰ সুবিধা থকা Apk কেইটা হল ➖➖▶️▶️
NO | IMPORTANT ONLY FOR | READ |
---|---|---|
01 | WHAT IS UPI WHO TO USE UPI IN ASSAMESE ? UPI কি ? আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় ? | READ HERE পঢ়িবলৈ. |
02 | WHO TO REDEEM JIO V OUCHER ? জিঅ কুপন কেনেকৈ ব্যবহাৰ কৰা হয় ? | |
03 | WHO TO PAY ONLINE FROM ATM DEBIT CARD ? ATM কাৰ্ডৰ পৰা অনলাইন পেমেন্ট কেনেকৈ কৰা হয় ? | READ HERE পঢ়িবলৈ |
04 | ONLINE RECHARGE AND BILL PAYMENT ? ৰিচাৰ্জ আৰু বিল পেমেন্ট অনলাইন কেনেকৈ কৰা হয় ? | READ HERE পঢ়িবলৈ |
thanks for all
ReplyDeleteHvy
ReplyDelete