-->
what is paytm in Assamese পেটিয়েম কি ?

what is paytm in Assamese পেটিয়েম কি ?

What is Paytm

এতিয়া হৈছে online যুগ  আজি সকলো কাম online কৰা হয় |
      আৰু যদি আপুনি পিছ পৰি থকে ? সেয়েহে মই  ভাবিলোঁ যে আমি নো কিয় এই online, digital,  দুনিয়াখনৰ পৰা পিছ পৰি থাকিম |

      আপুনিও digital  হবলৈ টেষ্টা কৰক|




1.paytm is a best digital payment platform

paytm হল ডিজিটেল payment কৰা এটা পদ্ধতি যাৰ দ্বাৰা আপুনি আপোনাৰ ব্যক্তিগত বেংক একাউন্টৰ পৰা বা wallet ৰ পৰা ধনৰ লেনদেন কৰিব পাৰে৷

2. paytmৰ দ্বাৰা আপুনি আপোনাৰ Mobile Recharge, DTH Recharge, Electricity bill payment, ৰ লগতে অন্যান্য দোকান বজাৰত বস্তু কিনাৰ বিনিময়ত payment বা পইচা দিব পাৰিব |
         আৰু আকৰ্ষণীয় cashback  লাভ কৰিব পাৰিব |

paytm.com

3.যদি আপোনাৰ এখন দোকান আছে আৰু আপুনি costumerৰ পৰা paytm ত payment received বা  paytm ৰ দ্বাৰা পইচা লব বিচাৰে. ..
       আপুনি paytm merchant services ব্যৱহাৰ কৰিব পাৰে আৰু আকৰ্ষণীয় সুবিধা লাভ কৰিব পাৰে|
NO
IMPORTANT 
CLICK
01
What is UPI ?
02
who to redeem jio voucher ?
03
who to pay online from ATM
 debit card ?
04
Recharge and bill payment ?

  অনুগ্ৰহ কৰি share কৰক আৰু coment কৰিবলৈ নাপাহৰিব | লগতে তলত দেখিবলৈ পোৱা ঘন্টা বটনটো মানে  bell🔔 icon টোত ক্লিক কৰি Allow কৰি দিব আমি নতুনকৈ প্ৰস্তুত কৰা article ৰ জাননী পাবলৈ |

                       ||| ধন্যবাদ |||

0 Response to "what is paytm in Assamese পেটিয়েম কি ?"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads