
Youtube Channel in Assamese
Friday, September 28, 2018
Comment
Create a Youtube channel and earn money onlie.
আজি কালি চাকৰি বিচাৰি পোৱা টো ইমান সহজ কথা নহয়| সেয়েহে যদি আমি ঘৰতে বহি কিবা এটা ভাল পদ্ধতিৰে পইচা উপাৰ্জন কৰিব পাৰিলে |
![]() |
Youtub Assam |
ঘৰতে বহি পইচা উপাৰ্জন কৰিবলৈ বহুতো পদ্ধতি আছে তাৰে এটা ভাল উপায় হৈছে YouTube...
Youtube হৈছে অনলাইন পইচা উপাৰ্জন কৰাৰ লগতে নাম উপাৰ্জন কৰাৰ ভাল উপায়| YouTube ৰ নিচিনা বেলেগ কোনো উপায় নাই যাৰ পৰা পইচাৰ লগতে নাম উপাৰ্জন কৰিব পৰা যায়|
যদি আপুনি YouTube ৰ পৰা পইচাৰ লগতে নাম উপাৰ্জন কৰিম বুলি ভাবিছিল বা ভাবিছে এই পষ্টটো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব|
আচলতে YouTube চেনেল খোলাটো কঠিন কাম নহয় কিন্তু চেনেল টো grow কৰাটোহে অলপ টান হৈ পৰে |
যদি আপোনাৰ ধৈৰ্য লগতে কষ্ট আৰু বুদ্ধি আছে আপুনি এটা YouTube চেনেল খোলি সহজতে পইচা উপাৰ্জন কৰিব পাৰিব|
মনত ৰাখিব যে যদি আপুনি অকল পইচাৰ কাৰনেহে youtube ত আহে আপুনি কোনো দিনে এজন সফল youtuber হব নোৱাৰিব|
যদি আপোনাৰ কিবা টেলেন্ট আছে সেই টেলেন্টক লৈ youtube ত আহক আপুনি এদিন নিশ্চয় সফল হব | আৰু যদি আপুনি এজন সফল youtuber হৈ যায় আপোনাক পইচাৰ পিছত দৌৰাৰ কোনো প্ৰয়োজন নাই ...পইচা আপোনাৰ পিছত দৌৰিব..
আচলতে এতিয়া ইমানেই youtube চেনেল হৈছে যে এজন নতুন youtube চ্নেল Grow কৰাটো বহুত কঠিন হৈ পৰে | যদি আপুনি নিজৰ টেলেন্ট লৈ আহে youtube ত নিশ্চয় সফল হব|
যদি আপোনাৰ content ত দম থাকে viewer ৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই|
How to create a YouTube channel.
এতিয়া আপুনি এটা youtube channel কেনেকৈ খোলিব | youtube channel খোলাটো ইমান টান কাম নহয় মাত্ৰ এটা gmail account হলেই আপুনি এটা youtube channel খোলিব পাৰে|
আৰু আপুনি মোবাইলৰ camera টোৰ পৰা video recording কৰি আপোনাৰ YouTube channel টোত upload কৰি গৈ থাকিলেই হল | আপোনি কোনো viewer ৰ বা কোনো subscribeৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই | যদি আপোনাৰ video টো ভাল হয় এদিন আপোনাৰ viewer আহিবলৈ আৰম্ভ হব আৰু subscriber য়ো বাঢ়িব ধৰিব |
প্ৰথমতে আপোনাক দামী camera, Laptop ৰ কোনো দৰকাৰ নাই | আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ পৰাই আপুনি আৰম্ভনি কৰিলেই হল |
কি টপিক লৈ youtube ত আহিলে সফল হব পৰা যায়..
আচলতে কোনো নিৰ্দিষ্ট টপিক লৈ YouTubeত আহিলে সফল হব পৰা যায় | আপুনি আপোনাৰ YouTube channelত mix content দিবলৈ পৰাপক্ষত টেষ্টা নকৰিব mix content দিলে আপোনাৰ YouTube channel gwow হোৱাত বাধা আহিব পাৰে|
যদি আপুনি ছবি আঁকি ভাল পায়, গান গাই ভাল পায়, নাচি ভাল পায় মানে যিয়েই ভাল পায় সেই বিষয় লৈ YouTubeত যাব পাৰে |
কোনো ধৰনৰ এনেকোৱা বিষয় লৈ youtubeত নাযাব যিটো বিষয় আপোনাক ভাল নালাগে |
conclution:-
এই পষ্টটোৰ জৰিয়তে মই আপোনাক YouTubeৰ বিষয়ে অলপ বুজাবলৈ চেষ্টা কৰিলো ..যদি আপোনাক ভাল লাগিল বন্ধুবৰ্গৰ মাজত বিলাই দিবলৈ নাপাহৰিব লতে এটা comment আৰু bell টো দিব. ......
0 Response to "Youtube Channel in Assamese"
Post a Comment