
Some information on ATM card in Assamese - Assam Support
Thursday, March 7, 2019
Comment
"Some information on ATM card"
What is ATM Card
ATM Card হৈছে বেংকৰ ফালৰ পৰা প্ৰদান কৰা এটা plastic card, এই Card টোৰ ভিতৰত আপোনাৰ বেংক account ৰ সকলোখিনি তথ্য মজুত থাকে উদাহৰণ স্বৰুপে Mobile SIM card খনক ধৰি লব পৰা যায়|SIM card ত যেনেকৈ আপোনাৰ নম্বৰ তথ্য আদি থাকে ঠিক সেইদৰে আপোনাৰ bank account ৰ সকলো তথ্য আপোনাৰ ATM Card খনত মজুত থাকে | আপোনাৰ একাউণ্টৰ সকলো তথ্য অনুসৰি এটা ATM card বনোৱা হয় আৰু আপোনাক দিয়া হয় যাতে আপুনি সহজতে আপোনাৰ বেংক একাউণ্টৰ পৰা লেনদেন কৰিব পাৰে৷
Types Of ATM Card
ATM card কেইবা প্ৰকাৰৰ আছে আৰু প্ৰত্যেকটোৰ কাম বেলেগ বেলেগ ধৰণৰ | আপোনাৰ প্ৰয়োজন সাপেক্ষে যিকোনো Types ৰ ATM card Apply কৰিব পাৰে |
দুই প্ৰকাৰৰ ATM Card দেখিবলৈ পোৱা যায়-
- 1. debit card,
- 2. credit card.
Debit Card
debit card হৈছে ATM card ৰ এটা ভাগ যিটোৰ দ্বাৰা আপুনি ATM machine ৰ পৰা নগদ ধন ওলিয়াই আনিব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি online payment কৰিব পাৰে সেয়েহে ইয়াক Debit Card লগতে Shopping Card বুলিও কোৱা হয়| debit card ৰ দ্বাৰা transaction কৰিলে যিমন টকাৰ transaction কৰা হয় সিমান টকা আপোনাৰ বেংক একাউণ্টৰ পৰা কাটি লোৱা হয় আৰু আপুনি যাক payment কৰিলে তেওঁৰ একাউণ্টত সেই টকাখিনি credit কৰি দিয়া হয় |
এতিয়া বেংকে তেওঁলোকৰ গ্ৰাহকক প্ৰদান কৰা কাৰ্ডবোৰ হৈছে debit card.
যিকোনো বেংকে তেওঁলোকৰ প্ৰতিটো গ্ৰাহককে এই debit card ৰ সুবিধা প্ৰদান কৰে|
Credit card
credit card হৈছে ATM card ৰ এটা ভাগ কিন্তু ই Desbit card ত কে সম্পূৰ্ণ বেলেগ | credit কাৰ্ডৰ সহায়ত আপুনি আপোনাৰ বেংক একাউণ্টত পইচা নহলেও যিকোনো ধৰণৰ payment কৰিব পাৰিব | credit card ৰে payment কৰিলে টকাখিনি আপোনাৰ একাউণ্টৰ পৰা কাটি লোৱা নহয় | ইয়াৰ পৰা Payment কৰা টকা খিনি বেংকে আদায় কৰে কিন্তু আপোনাৰ নামত বেংকৰ ফালৰ পৰা সেই টকাখিনি ধাৰ হিচাপে থাকি যায় | আপোনাক বেংকে cradit card ৰ দ্বাৰা টকা ধাৰ দিয়ে | আৰু আপুনি ধাৰ লোৱা টকা বেংকক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আদায় কৰিব লাগে আৰু কিছু শতাংশ সুত হিচাপে দিব লাগিব |
credit card ৰ সহায়ত আপুনি যিকোনো ধৰণৰ transaction কৰিব পাৰিব কিন্তু cash withdraw কৰিব পৰা নোৱাৰে |
Credit card bank ৰ ফালৰ পৰাই প্ৰদান কৰা হয় কিন্তু এই কাৰ্ড বেংকৰ সকলো গ্ৰাহকক দিয়া নহয় |
Name of ATM Card
ATM Card বেংকে নবনায় | ATM card বেলেগ কোম্পানীয়ে বনায় আৰু বেংকে সেই কোম্পানীৰ হৈতে লগ হৈ গ্ৰাহকক ATM card প্ৰদান কৰে |
আপোনাৰ card খন ওলিয়াই লৈ চালে দেখা পাব যে কাৰ্ড খনত তলৰ কোনোবা এটা কোম্পানীৰ নাম দেখা পাব | মানে আপোনাৰ কাৰ্ডখন সেই কোম্পানীটোৰ দ্বাৰা বনোৱা হৈছে | আৰু সেই কোম্পানীটোৰ সৈতে মিলি আপোনাৰ বেংকে আপোনাক কাৰ্ডখন প্ৰদান কৰিছে |
- visa card
- master card
- Rupay card আদি
Visa আৰু Master card :-
visa আৰু Master card হৈছে international company য়ে বনোৱা এটা কাৰ্ড যিটোৰ কাৰ্ড ব্যৱহাৰ কৰিলে আপোনি India ৰ ভিতৰৰ সকলো transaction ৰ লগতে international transaction মানে india ৰ বাহিৰৰ transaction য়ো কৰিব পাৰিব |
কিন্তু এই কাৰ্ড টোৰ ও দুটা ভাগ আছে এটা Domestic আৰু আনটো Global বা International
Rupay card :-
Rupay card indian company য়ে বনোৱা এটা কাৰ্ড যিটোৰ ব্যৱহাৰ আপুনি কেৱল india ৰ ভিতৰতহে ব্যৱহাৰ কৰিব পাৰিব , এই কাৰ্ড টোৰ কোনো ধৰণৰ বেলেগ ভাগ নাই | এই কাৰ্ড টোৰ দ্বাৰা আপুনি india ৰ ভিতৰৰ সকলো খিনি transaction কৰিব পাৰিব কিন্তু ইয়াৰ দ্বাৰা international মানে india ৰ বাহিৰত payment তথা transaction কৰিব পৰা নাযায় |
Global Card :-
Global card মানে international card Visa, Master Card আদি কাৰ্ড বোৰে international transaction accept কৰে | Global card ব্যৱহাৰ কৰিলে আপুনি international payment কৰিব পাৰিব |
visa, Master card মানেই Global international card নহয় | আপোনাৰ card খন চালে Global card নে Domestic card দেখিবলৈ পাব | যদি card খনৰ ওপৰত Global বুলি লিখা আছে তেন্তে সেইটো global card ইয়াৰ দ্বাৰা আপুনি international transaction কৰিব পাৰিব |
Domestic Card
আৰু যদি আপনাৰ card খনৰ ওপৰত For Use Only in india বুলি লিখা আছে তেন্তে সেই card খন Domestic card, ইয়াৰ দ্বাৰা আপুনি কেৱল india ত হে transaction কৰিব পাৰিব |ইয়াৰ দ্বাৰা আপুনি international transaction কৰিব নোৱাৰিব |
Which card should you take?
আপোনাৰ ব্যবহাৰ আনুসৰি যিকোনো card sellect কৰিব পাৰে | মই আপোনাক কিছুমান কাম আৰু কোনটো কাৰ্ড লব লাগে তাৰ বিষয়ে কম যদিও আপুনি এবাৰ ভাবি চিন্তি কাৰ্ড খন sellect কৰিব |
- ATM machine, বেংকৰ পৰা পইতা ওলিওৱা সোমোৱা কৰিবলৈ, Amazon, Flipkart, paytm আদি indian merchant ত অনলাইন payment কৰিবলৈ -- Rupay card বা domestic visa, master card,
- ATM machine, বেংকৰ পৰা পইতা ওলিওৱা সোমোৱা কৰিবলৈ, Amazon, Flipkart, paytm আদি indian merchant ত অনলাইন payment কৰিবলৈ লগতে india ৰ বাহিৰৰ online merchant, ATM machine, merchant payment কৰিৰলৈ -- Visa, Master card ৰ Global card টো sellect কৰিব পাৰে |
0 Response to "Some information on ATM card in Assamese - Assam Support"
Post a Comment