How to do Affiliate marketing Learn in Assamese
Thursday, February 14, 2019
Comment
Hey guys welcome to the ASSAMSUPPORT in this article we going to discuss how to do Affiliate marketing / Affiliate marketing কেনেকৈ কৰিব পৰা যায় | কেনেকৈ ইয়াৰ পৰা অনলাইন উপাৰ্জন কৰিব পাৰি |
ইয়াৰ আগৰ পষ্ট টোত মই আপোনালোকক একেবাৰে সহজ সৰল অসমীয়া ভাষাত Affiliate marketing কি আৰু কেনেকৈ কাম কৰে বুুুুজাবলৈ. চেষ্টা কৰিলো যদি আপুনি এতিয়া লৈকে সেই পষ্ট টো পঢ়া নাই ইয়াত ক্লিক কৰি পঢ়ি লওঁক তাৰ পাছত এই পষ্ট টো পঢ়িলেহে ভালদৰে বুজি পাব |
Affiliate merketing একেবাৰে সহজ পদ্ধতি অনলাইন উপাৰ্জন কৰিবলৈ কাৰণ ইয়াৰ ব্যৱহাৰ যিকোনো internet উপয়োগকাৰীয়ে কৰিব পাৰে |সেইয়েহে মই আজি আপোনালোকক afffiliate Marketing কেনেকৈ কৰিব পাৰি বুজাবলৈ চেষ্টা কৰিম যাৰ পৰা আপুনি হাজাৰ নহয় লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব|
Affiliate Marketing কৰিবলৈ হলে প্ৰথমতে আপোনাৰ হাতত Audience থাকিব লাগিব | এইটো নাভাবিব যে আপোনাৰ ওচৰত Audience নাই | আপুনি নিচ্চয় Facebook ব্যবহাৰ কৰে যদি আপোনাৰ Facebook ত Follower বেছি আপুনি Facebook ত বেচিভাগ Active থাকে তেতিয়া আপুনি Facebook ৰ জৰিয়তেও Affiliate Marketing কৰিব পাৰে |
যদি আপুনি instagram ব্যৱহাৰ কৰে বেছিভাগ সময় instagram ত Active থাকে আৰু আপোনাৰ Followr বেছি তেতিয়া আপুনি instagram ৰ জৰিয়তেও Affiliate marketing কৰিব পাৰে |
মানে আপুনি যিয়েই Social Media ব্যৱহাৰ কৰে তাৰ জৰিয়তে আপুনি Affiliate marketing কৰিব পাৰিব আৰু Online উপাৰ্জন কৰিব পাৰিব |
আৰু যদি আপোনাৰ এটা YouTube channel আছে অলপ হলেও Subscriber আছে আৰু আপুনি Video দি থাকে তেন্তে আপুনি YouTube channel ৰ জৰিয়তেও Affiliate Marketing কৰিব পাৰিব |
থিক তেনেদৰে যদি আপোনাৰ এটা ব্লগ বা ৱেবচাইট আছে তাৰ পৰাও আপুনি Affiliate Marketing কৰি উপাৰ্জন কৰিব পাৰিব |
আপুনি যিকোনো online platform ব্যৱহাৰ কৰি অতি সহজে Affiliate Marketing কৰিব পাৰিব আৰু তাৰ পৰা ভালেমান উপাৰ্জন কৰিব পাৰিব |
আপুনি ব্যৱহাৰ কৰা যিকোনো Social Media বা Youtube Blog ত আপোনাৰ Affiliate Link দি Affiliate marketing ৰ পৰা অনলাইন উপাৰ্জন কৰিব পাৰি |

How to do affiliate marketing learn in Assamese
Affiliate merketing একেবাৰে সহজ পদ্ধতি অনলাইন উপাৰ্জন কৰিবলৈ কাৰণ ইয়াৰ ব্যৱহাৰ যিকোনো internet উপয়োগকাৰীয়ে কৰিব পাৰে |সেইয়েহে মই আজি আপোনালোকক afffiliate Marketing কেনেকৈ কৰিব পাৰি বুজাবলৈ চেষ্টা কৰিম যাৰ পৰা আপুনি হাজাৰ নহয় লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব|
Affiliate Marketing Platform | Affiliate Marketing কৰিব পৰা মন্স সমূহ |
Affiliate Marketing কৰিবলৈ হলে প্ৰথমতে আপোনাৰ হাতত Audience থাকিব লাগিব | এইটো নাভাবিব যে আপোনাৰ ওচৰত Audience নাই | আপুনি নিচ্চয় Facebook ব্যবহাৰ কৰে যদি আপোনাৰ Facebook ত Follower বেছি আপুনি Facebook ত বেচিভাগ Active থাকে তেতিয়া আপুনি Facebook ৰ জৰিয়তেও Affiliate Marketing কৰিব পাৰে |
যদি আপুনি instagram ব্যৱহাৰ কৰে বেছিভাগ সময় instagram ত Active থাকে আৰু আপোনাৰ Followr বেছি তেতিয়া আপুনি instagram ৰ জৰিয়তেও Affiliate marketing কৰিব পাৰে |
মানে আপুনি যিয়েই Social Media ব্যৱহাৰ কৰে তাৰ জৰিয়তে আপুনি Affiliate marketing কৰিব পাৰিব আৰু Online উপাৰ্জন কৰিব পাৰিব |
আৰু যদি আপোনাৰ এটা YouTube channel আছে অলপ হলেও Subscriber আছে আৰু আপুনি Video দি থাকে তেন্তে আপুনি YouTube channel ৰ জৰিয়তেও Affiliate Marketing কৰিব পাৰিব |
থিক তেনেদৰে যদি আপোনাৰ এটা ব্লগ বা ৱেবচাইট আছে তাৰ পৰাও আপুনি Affiliate Marketing কৰি উপাৰ্জন কৰিব পাৰিব |
আপুনি যিকোনো online platform ব্যৱহাৰ কৰি অতি সহজে Affiliate Marketing কৰিব পাৰিব আৰু তাৰ পৰা ভালেমান উপাৰ্জন কৰিব পাৰিব |
আপুনি ব্যৱহাৰ কৰা যিকোনো Social Media বা Youtube Blog ত আপোনাৰ Affiliate Link দি Affiliate marketing ৰ পৰা অনলাইন উপাৰ্জন কৰিব পাৰি |
YouTube
যদি আপোনাৰ YouTube Channel আছে তেতিয়া আপুনি নিজে ব্যৱহাৰ কৰা collar Mic , Mobile, Laptop, Tripod , Camera, ৰ Affiliate Link নিশ্চয় দিব লগতে Review Unboxing কৰা product ৰ Affiliate link description ত নিশ্চয় দিয়ক |Blog website
যদি আপোনাৰ এটা ব্লগ বা ৱেবচাইট আছে তেতিয়া আপুনি Affiliate Banner Ads আপোনাৰ ইচ্চা অনুসৰি পষ্টৰ মাজত ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপুনি আপোনাৰ ব্লগত কোনো বস্তুৰ বিষয়ে Articles লিখে তেতিয়া আপুনি পষ্ট টোৰ তলত সেই বস্তুটোৰ Affiliate Link বা Banner Ads নিশ্চয় ব্যবহাৰ কৰিব আৰু মনত ৰাখিব যে আপুনি ব্যৱহাৰ কৰা Link বা Banner Ads টো দেখিবলৈ Attractive হয় যাতে কোনো লোকে চোৱা লগে লগে Click বাধ্য হয় |
Social media
আজিৰ দিনত Social Media ব্যৱহাৰ নকৰা লোক নাই যাৰ YouTube channel আৰু Blog Website নাই তেওলোকৰো SocialMedia ত Account আছে | যদি আপুনি ইচ্ছা কৰে তেতিয়া আপুনি Social Media তো Affiliate Link share কৰিব পাৰিব | কিন্তু আপুনি যিকোনো বস্তুৰ Affiliate Link দিলে নহব | আপুনি অলপ ভাবি চিন্তি আপোনাক Follow কৰা সকলে কি ভাল পায় তাক লক্ষ কৰি Affiliate Link দিব লাগিব |আপোনাৰ ধুনিয়া ফটোখন Upload কৰোতে চাৰ্টটোৰ, পেন্টটোৰ, জোতা যোৰৰ, চশমা খনৰ বা ফটোমৰা মোবাইল ফোনটোৰ বা Camere টোৰ Affiliate Link দিব পৰা যায় আৰু ইয়াৰ পৰা অনলাইন উপাৰ্জন কৰিব পাৰিৰ |
What is Popads ? earn money from popads
What is Popads ? earn money from popads
Conclusion:- এই পষ্ট টোত মই আপোনালোকক একেবাৰে সহজ সৰল অসমীয়া ভাষাত Affiliate marketing কেনেকৈ কৰিব পাৰি সেই বিষয়ে বুজাবলৈ চেষ্টা কৰিলো যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্তে কমেন্টত সুধিব লগতে যদি কিবা ভুল হৈছে বুলি ভাবে তেন্তে মোক কমেন্টত জনাব বুুুুলি আশা ৰাখিলোঁ |
0 Response to "How to do Affiliate marketing Learn in Assamese"
Post a Comment