
What is blogging | how i start blogging journey | ব্লগিং কি? কেনেকৈ ব্লগিং আৰম্ভ কৰিব পৰা যায় | in Assamese
Friday, January 11, 2019
Comment
what is blogging ? how i start blogging journey in Assamese. Blogging কি কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ পইচা উপাৰ্জন কৰিব পৰা যায় সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আপুনি কেনেকৈ blogging journey আৰম্ভ কৰিব পাৰিব সেই বিষয়ে মোৰ এই ৱেবচাইট www.AssamSupport.com ত একেবাৰে সহজ সৰল অসমীয়া ভাষাত আপোনালোকলৈ আৰম্ভণিৰ পৰা শেষলৈকে কেইবাটাও ব্লগ পষ্টৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিম | যদি আপুনি এটা নিজৰ ব্লগ বা বেবচাইট বনাব বিচাৰে তেন্তে আমাৰ এই ৱেবচাইট assamsupport.com লৈ মাজে সময়ে visit কৰিব লগতে আমাৰ বেবচাইটত দেখিবলৈ পোৱা Nothification Allow কৰি লব যাতে আমি যেতিয়াই ব্লগ বেবচাইটৰ লগত জড়িত নতুন নতুন পষ্ট পাৱলিস কৰো তেতিয়াই ইয়াৰ Nothification পাবলৈ সক্ষম হয় |
what is blogging | ব্লগিং কি ?
ব্লগিং এটা এনেকুৱা মঞ্চ (platform) হয় য'ত আপোনাৰ জ্ঞান বুদ্ধি নিজৰ ভাষাৰে share কৰিব পাৰি আৰু কোনো নজনা লোকক তাৰ বিষয়ে বুজাই দিব পৰা যায় | আপুনি যি বিষয়তে ভালদৰে জানে সেই বিষয় টো লৈ ব্লগিং ত পেশাগত লক্ষ (career) বনাব পাৰিব | আপুনি ব্লগিং কৰি প্ৰতি মাহত চাকৰি কৰাতকৈয়ো অধিক উপাৰ্জনকৰিবলৈ সক্ষম হব | ব্লগিং কৰিবলৈ কোনো ধৰনৰ coualification ৰ প্ৰয়োজন নহয় একেবাৰে স্কুল নোযোৱা ব্যক্তি এজনেও ব্লগিংত কেৰিয়াৰ গঢ়িব পাৰে ইয়াত কোনো ধৰণৰ বয়সৰ কথা নাই যদিও আজিৰ তাৰিখত অনলাইনত কাম কৰাটো ইমান সহজ কথা নহয় | যদি আপুনি ভাবে যে মই ব্লগিং কৰিব পাৰিম মোৰ এইটো বিষয়ৰ ওপৰত ভালেখিনি জ্ঞান আছে তেতিয়াহে আপুনি ব্লগিং আহিব পাৰে | যদি আপুনি কোনো বেলেগৰ content চুৰি (copy, paste) কৰি ব্লগিং কৰিব বিচাৰে তেন্তে মই এইটো এই কম যে আপুনি ব্লগিংত নহাটোবেই ভাল হব | নিজৰ content নিজে লিখি যদি আপুনি কৰিব বিচাৰে তেন্তে আপুনি ব্লগিংত এবাৰ নিশ্চয় আহক |
কি বিষয়ৰ ওপৰত ব্লগিং কৰিব পৰা যায় ?
যিকোনো এটা বিষয় লৈ আপুনি ব্লগিংত আহিব পাৰে |কোনো এটা বিশেষ বিষয় লৈ ব্লগিংত আহিলে অতি কম সময়ৰ ভিতৰতে সফল হব পৰা যায় |
- technology | টেক্নোলজি |
- internet | ইন্টাৰনেট |
- online | অনলাইন |
- blog website ব্লগ বেবচাইট |
- cooking | খানা বনোৱা |
- mobile | মবাইল |
- android | এন্ড্ৰইড |
- electronic
- history | ইতিহাস |
- story | কাহিনী |
- ইত্যাদি ইত্যাদি বিভিন্ন প্ৰকাৰৰ ||
Also read this :-
0 Response to "What is blogging | how i start blogging journey | ব্লগিং কি? কেনেকৈ ব্লগিং আৰম্ভ কৰিব পৰা যায় | in Assamese"
Post a Comment