
How to write privacy disclaimer pages in your blog | in Assamese
Friday, January 18, 2019
Comment
How to write 5 important pages in our blog . ব্লগ এটা বনোৱা পাছত 4-5টা মান প্ৰয়োজনীয় পেজ বনাব লাগে যাতে কোনো লোকে আমাৰ ব্লগৰ বিষয়ে ইয়াত জানিব পাৰে | আৰু আমাৰ ব্লগটোত যদি আমি GOOGLE, BING, YAHOO বা যিকোনো ৰ Advertisement লগাব বিচাৰো তেতিয়া কেইটামান পেজ থকাটো বাধ্যতামূলক |
এই পষ্টটো আমাৰ Blogging Assamese Serious ৰ 3 নং পষ্ট হয় যদি আপুনি আগৰ কেইটা পষ্ট পঢ়া নাই Read ইয়াত ক্লিক কৰি পঢ়ি লব পাৰে |
এই পষ্টটো আমাৰ Blogging Assamese Serious ৰ 3 নং পষ্ট হয় যদি আপুনি আগৰ কেইটা পষ্ট পঢ়া নাই Read ইয়াত ক্লিক কৰি পঢ়ি লব পাৰে |
how to write About, Contact, Privacy Policy, Disclaimer, and Term&Conditions.
#1.About :- About Page ত আমি আমাৰ বিষয়েে লগতে আমাৰ ব্লগ টোৰ বিষয়ে নিজৰ ভাাষাত ভালদৰে লিখিব |
#2.Contact :- contact page ত আমি পৰাপক্ষত Contact Form আৰু contact E-mail, লগতে ইচ্ছা কৰিলে মোবাাইল নং ,What's App নং, আদি দিব পাৰে যতেে কোনোবাই যদি contact কৰিব বিচাৰে তেন্তে সহজতে কৰিব পাৰে |
#4. Privacy Policy :- privacy policy page ত আমি আমাৰ ব্লগৰ সম্পূৰ্ণ তথ্য দিব লাগিব | আপুনি কিহৰ Advertisement ব্যৱহাৰ কৰীে কি লিংক ব্যযৱহাৰ কৰে মানে গোটেই এবাৰ আপুনি আমাা ব্লগৰ privacy policy পেজত গৈ চাই লব | এই পেজ টো আপুনি কিছুমান website ৰ পৰাও Generate কৰিব পাৰিব |
এবাৰ ভালদৰে পঢ়ি লব যত যত ব্লগ URL Email Id দিব কোৱা হৈছে দি দিব |
Read
Download..
এবাৰ ভালদৰে পঢ়ি লব যত যত ব্লগ URL Email Id দিব কোৱা হৈছে দি দিব |
Read
Download..
#6. Term&Condition :-
এইটো এটা ব্লগাৰ ব্লগৰ বাবে দৰকাৰ নাই যি website ত Log in, register কৰিব লগা হয় সেই ৱেবচাইট সমূহত হে এই পেজ টোৰ প্ৰয়োজন হয় |
Also read this:-
Also read this:-
0 Response to "How to write privacy disclaimer pages in your blog | in Assamese"
Post a Comment