-->
DTH New Rules | সকলো DTH TV হব বন্ধ | in Assamese

DTH New Rules | সকলো DTH TV হব বন্ধ | in Assamese

hey Guys welcome to www.AssamSupport.com  can you know DTH new Rules.

In this article we going to discuss about DTH (Airtel Digital TV, tata Sky, Dish Tv, Sun Direct, Videocon, Big Tv)  New Rules in all over world details in India and specifically in Assam. 

যদি আপুনিও DTH TV ৰ গ্ৰাহক হয় আৰু  (airtel, tata sky, dish tv, sun direct, videocon d2h, big tv) বা যিকোনো operator ৰ পৰা DTH connection লাভ কৰিছে তেন্তে আপুনি এই পষ্ট টো সম্পূৰ্ণ কৈ পঢ়িবলৈ নাপাহৰিব | কাৰণ যদি আপুনি DTH ৰ নতুন নিয়ম খিনি নাজানে তেন্তে আপোনাৰ ঘৰত থকা DTH মানে TV📺 টো বন্ধ কৰি দিয়া হব পাৰে |
Trai Telecom operator ৰ লগতে গ্ৰাহকৰ সুবিধাৰ্থে এই কেইটা নতুন নিয়ম DTH ত সংযোগ কৰা হৈছে |নিয়ম  কেইটা সহজ সৰল কৈ তলত উল্লেখ কৰা হল |

DTH new rules :  

  • প্ৰতিটো চেনেল বেলেগ বেলেগকৈ নিজৰ মতে বাচিব লাগিব |
  • DTH connection টো লাভ কৰিবলৈ প্ৰতি মাহত ₹ 130 টকা operator (airtel, tata sky, dish tv, sun direct, videocon d2h, big tv) ক দিব লাগিব যাতে TV টো চলি থাকে| আৰু তাৰ বিনিময়ত আপোনাক operator য়ে 100 টা channel দিব সেই কেইটা free channel হব |
  • নিজৰ ইচ্ছা অনুসৰি channel বাচিব লাগিব |আৰু প্ৰতিটো channel ৰ পইচা বেলেগে দিব লাগিব | মানে যদি আপুনি zee cinema বা যিকোনো channel চাব বিচাৰে তেন্তে প্ৰতিটো channel বেলেগ বেলেগকৈ বাচিব লাগিব আৰু বেলেগ কৈ পইচা দিব লাগিব | ধৰি লওক আপুনি 1. Zee Cinema, 2. Star Gold, 3. Sony Sab, 4. News Live, 5. Rang, 6. ramdhenu  7. Sony MAX, 8. Zee TV এই 8 টা চেনেল চাব বিচাৰে আৰু প্ৰতিটো চেনেলৰ দাম ₹5 টকাকে হয় তেন্তে আপুনি operator ৰ 100 টা channel ৰ দাম ₹130 বেলেগ আৰু Channel ৰ দাম  8 টা channel ত ₹5 টকাকে 8X5=40 টকা মানে 100 টা channel ৰ দাম ₹130+ 8টা চেনেলৰ দাম ₹40 টকা লগতে 18% GST দিব লাগিব | আৰু আপোনাক দিয়া 100 টা channel ৰ পৰা 8 টা channel কাটি দিয়া হব তাৰ পাছতহে আপুনি নিজে বিচৰা 8 টা চেনেল দিয়া হব | 
  • যিকোনো channel বাচিব পাৰিব আৰু প্ৰতিটো চেনেলৰ দাম কম বেছি হব পাৰে | 100 টা channel য়ো বাছিব পাৰিব 1-99 টাও বাছিব পাৰিব আৰু 100 টাৰ ভিতৰত 1 টাও নাবাছিলেও হব | 
  • যিমান কেইটা চেনেল বাচি গৈ থাকে সিমান পইচা বাঢ়ি গৈ থাকিব |
  • যদি 100 টাতকে বেছি channel লাগে পইচা আৰু বাঢ়িব |
  • চেনেল খিনি  costumer care বা official website ত বাচিব লাগিব বা SMS ব দ্বাৰা বা missed call ৰ দ্বাৰা বাছিব পাৰিব |

1 Response to "DTH New Rules | সকলো DTH TV হব বন্ধ | in Assamese"

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads