-->
Assamese Online Recharge/ Cashback offer/ নিজৰ মোবাইল ৰিচাৰ্জ নিজে কেনেকৈ কৰিব পাৰি |

Assamese Online Recharge/ Cashback offer/ নিজৰ মোবাইল ৰিচাৰ্জ নিজে কেনেকৈ কৰিব পাৰি |

Online Recharge In Assamese / Digital payment/ Bill Payment/in Assamese.


     এতিয়া হৈছে ডিজিটেল যুগ এতিয়া সকলো কাম অনলাইন কৰা হয় |
   
      থিক সেইদৰে এতিয়া নিজৰ মোবাইল ৰিচাৰ্জ নিজে কৰিব পৰা সুবিধা আছে |

     আজি আমি নিজৰ মোবাইল ৰিচাৰ্জ নিজে কেনেকৈ কৰিব পাৰি শিকিবলৈ চেষ্টা কৰিম |
   || সেয়েহে পষ্টটো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব||
online recharge bill pay in assamese


কেইটামান গুৰুত্বপূৰ্ণ কথা ~~
                     নিজৰ মোবাইল ৰিচাৰ্জ নিজে কৰিলৈ আপোনাৰ এটা Android মোবাইল থকা প্ৰয়োজন , লগতে এটা বেংক একাউন্ট থাকিব লাগিব / ATM 💳card এখন থকা প্ৰয়োজন |

           কেইটামান বিশেষ Apk মানে Applicationৰ দ্বাৰা আপুনি আপোনাৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰিব |
   
         তাৰে কেইটামান ভাল Apk/ platform/ website/ ৰ নাম উল্লেখ কৰি দিয়া হৈছে যাৰ দ্বাৰা আপুনি আপোনাৰ মোবাইল ৰিচাৰ্জ অতি সহজে  কৰি লব পাৰিব |
        Paytm, phone.pe, Freecharge, Google Tez, Amazon Pay, Flipkart etc.etc.

 ইয়াত উল্লেখ কৰা plateform ৰ পৰা আপুনি আপোনাৰ মোবাইল ৰিচাৰ্জ কৰি লব পাৰিব |

    এই ApkDownload কৰিবলৈ play store ত search কৰি লেই হল বা  তলত দিয়া link ত ক্লিক কৰি Download কৰিব পাৰে|

    যিয়েই Apk download নকৰক কিয় আপুনি এটা একাউণ্ট খুলিব লাগিব |
    একাউণ্ট খোলাৰ বাবে মাত্ৰ এটা মোবাইল নম্বৰ হলেই হল|একাউন্ট টো খোলাৰ পাছত..
    KYC কৰিবলৈ কোৱা হব পাৰে সেয়েহে আপুনি আপোনাৰ ব্যক্তিগত Votar Card/ Addhar Car/ PAN Card/ Passport ৰ পৰা KYC কৰি লব পৰে|

    তাৰ পাছত আপুনি আপোনাৰ ATM  CARD খনৰ পৰাও ৰিচাৰ্জ কৰি য়ব পাৰে বা UPI id ও বনাই লব পাৰে | আৰু যদি ইচ্চা কৰে Wallet ত পইচা Add কৰি মবাইল ৰিচাৰ্জ বা Bill pay কৰিব পাৰিব |


Conclution:-   

যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেন্তে আপুনি comment ত সুধি লব পাৰে বা মোৰ mail id দি থোৱা আছে তাত contact কৰিলেই হল | 

এই post টো কেৱল সেইসকলৰ বাবেহে publish কৰা হৈছে যিসকলে recharge/ billpay/digital pay/ online pay ৰ বিষয়ে নাজানে | তেওঁলোকে যাতে অলপ হলেও কিবা সিহিবলৈ পাৰে ||



                                 || ধন্যবাদ ||

0 Response to "Assamese Online Recharge/ Cashback offer/ নিজৰ মোবাইল ৰিচাৰ্জ নিজে কেনেকৈ কৰিব পাৰি |"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads